এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লভিতা
(প্ৰথম অংক – ২য় দৰ্শন)
এনেতে বাহিৰত বহুত উৰাজাহাজ উৰি অহাৰ শব্দ হয়। মানুহবোৰে ভয়ত বেছিকৈ চিঞৰ-বাখৰ কৰে। এণ্টি এয়াৰ ক্ৰেফ্ট্ৰ শব্দ হয়।
মিলিটেৰী। পলা পলা। ভাগ ভাগ।
২৪