এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
| সূচী | |||
| বিষয় | |||
| ১। | চৰাইৰ বাহ বা কেৰ্কেটুৱাৰ বাহ। | ( ছোৱালীৰ কাৰণেও ) | ১ |
| ২। | মেকুৰী এন্দুৰ ... | ঐ | ২ |
| ৩। | চেলাম খেল ... | ঐ | ৩ |
| ৪। | উঠা বহা খেল ... | ঐ | ৩ |
| ৫। | বল ধৰা ... | ঐ | ৪ |
| ৬। | তিনটা নোহোৱা ... | ৪ | |
| ৭। | নম্বৰ সলোৱা ... | ( ছোৱালীৰ কাৰণেও ) | ৫ |
| ৮। | চাবুক খেল ... | ৫ | |
| ৯। | গড়ালৰ ষাঁড় ... | ৬ | |
| ১০। | চিকাৰী খেল ... | ( ছোৱালীৰ কাৰণেও ) | ৬ |
| ১১। | ধোন্দৰ কেৰ্কেটুৱা ... | ঐ | ৭ |
| ১২। | বাঘ-গৰু ... | ৮ | |
| ১৩। | চিকোটা খেল ... | ( ছোৱালীৰ কাৰণেও ) | ৮ |
| ১৪। | বাঘৰ ভয় ... | ঐ | ৯ |
| ১৫। | ধোদ ... | ৯ | |
| ১৬। | দ’ত আৰু বাওনা ... | ( ছোৱালীৰ কাৰণেও ) | ১০ |
| ১৭। | গালি পৰা খেল বা কোঢ়াল খেল | ১০ | |
| ১৮। | তেলৰ শাল ... | ১১ | |
| ১৯। | কুঁহিয়াৰৰ শাল বা চৰিয়া খেল | ১১ | |