পৃষ্ঠা:ল'ৰা-ছোৱালীৰ ৰং-ঘৰীয়া খেল.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধেমালিৰ সুযোগৰ অভাৱ শিশুৰ স্বাভাৱিক বুদ্ধি প্ৰকাশত আৰু বৃদ্ধিত ডাঙৰ অন্তৰায়।

খেলত হাঁহক        খেল্‌ খেল্‌কৈ

বুকু ফুল খাই যাব।
অসমীয়া ল'ৰা        অসম হব'ই

গৌৰৱৰ মুধ পাব॥


ইতি
শ্ৰীশশীচন্দ্ৰ বৰবৰুৱা
যোৰহাট

১। ৩। ৩৯