সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কোন দুশি গম ও লৈ এৰিব আহি মোক। হকি দেখে। সহ য আজি উঠিছে এক-দুই-তিনি-চাৰি- কোটি কোটি পূৰ্য্য বলে আকাশ ভৰাই, গ’লগ’ল-অলি গল দুই চকু মোৰ, ইকি। থোৰ এন্ধাৰত আৰু বুলি জগত, নিমাত—নিমাত-নিমাত সকলো- ইকি। ইকি। পুনৰ উঠিল সূৰ্য, পুনৰ বুলি উকা বৃষ্টি উল্কা বৃষ্টি চাৰিওফালে,- উঃ দগ্ধ হল নিখিল জগৎ। বগা ৰৈ গ'ল। অভিনয়ৰ গীত তাৰ গাল মুখ ৰঙচুৱা হৈ আছে। সি দৰোগাৰ পিনে চাই এটি সৰুকৈ হাঁহি মাৰিলে। “বেচ, বেচ, তই ভাল এক্ট অ, দলত ভৰ্তি নহৱ কিয়?” বৰ দাৰোগাৰ কথাষাৰ শুনি সি টুপুৰকৈ মাত দিলে, “কেনেকৈ হম, পৰিয়াল নচলে, নহলেনে জীৱ দেৱৰ লগত নাযাওঁনে? পিছে এইবোৰ যাৰহে ভাও, নাম ঘৰৰ ভাওনাৰ নহয়। ঠিক আছে। বিহু মাৰিবলৈ-জান?” বৰ দৰোগাৰ কথাশুনি তাৰ মনত আনন্দ লাগে। মনতেই ভাবে-মাহন বৰ ৰসিক। “বৰ ভালকৈ নাজাননা, কিন্তু সঙ্গীত গাই নাৰ পাৰে চাৰ।” বেচ গা, বটি ভালকৈ নাগবি।” - কোৰী ৰায় চৌধুৰীৰ ‘জয় বখ। [ Wro ]