সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

না জেনে নে, এক অগ, জেনে যায় যে একে নাই। তেওঁ গোলমা আৰু মানুহৰ ভাল পায়। বা তেওঁ মোৰ সেৱাকেই কৰিছিল। তেওঁৰ তাৰি নাই, যি কৰে খোকৈয়ে কৰে, যি কয় নাকৈয়ে কৰ। তেওঁৰ অভিনয় আট সেৱাহে।” “ কটা, আট শব্দ শিকিছে।” গোঙোৰা মাৰি বৰ জানো- গাইকৈ উঠে। “জান, আৰ্ট মানে কি?” কাষত থকা চিপাহী দুজনৰ হাঁহি উঠে। “কানো চাৰ, আট কলাহে চাই।” হাতযোৰ কৰি সি উত্তৰ দিয়ে। ‘ক’ল নে বগা জ’?” ‘ক’লাও নহয়, বগাও নহয়, সি অৰূপ ৰূপ চাৰ, মানৱ জীৱনৰ সৌন্দৰ্য্য।” “ভাল কথাষাৰ জানে অ,” ঐ, তই বাহিৰত বৰ কথা কৈ ফুৰ নেকি অ’?” “দেউতা, কি বৰ কথা কম আমি, আমাৰ কি আছে? কোনো- মতে পেটে-ভাতে পৰিয়ালটোৰ পোহপাল দিও, কেতিয়াবা ৰাতি এনেয়ে পৰি থাকিব লগা হয়, কিন্তু দুখ নাই। ভাবব, মোৰ দৰে দুখীয়া এই সংসাৰত দেধাৰ।” ‘ই ভাল এটৰ চাৰ।” এজন চিপাহীয়ে কয়। “হয় নেকি অ’? “এনেয়ে অত্যাস কিছু আছিল চাৰ। তাহানিখন ভাওনাত তাও লৈছিলো, কিন্তু আজিকালিন আৰু ক’ত পাবে। মিলিটাৰীয়ে তহঁতক ঘেৰাও কৰোতে তই ক’ত আছিলি? ‘ক’ চাৰ?” “নানা ভাও নধৰিবি, কোবত মৰিবি। কচোন কত জাহিলি, কেনেকৈ সাবিলি। [ Abouw ]