সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খাৰৰ কৰি দিশৰামৰ্শদি গায়ে। তিনি কোনো মণ। বাহক এক দিলে কি হয়, তেওঁ বুজা নাই। তুমি সিপিনে । তোষাৰ দিনকাল বহুত আছে। চৰকাৰৰ অকৃতি পৰিলে কেতিয়াবা ইনস্পেক্ট হৈ যাব পাৰিবা; নাবা ইউনিভাৰ- চিটিতে ভাল সুযোগ পাব পৰা, কি চৰকাৰৰ শুভদৃষ্টি সদায় লাগে।” তেওঁৰ কলাবন প্ৰণৰে মন দি সমৰ্থন নকৰিলেও, বাহিৰত তেওঁক দেখুৱাই “হয় হয়” বুলি সমৰ্থন কৰে। আমাৰ ফালে এবাৰ যাব।” “আজি আৰু সময় নহব, আন এদিন আহিলে বাম।” সৰুকৈ হাঁহিটো মাৰি এণৱে কয়। “হু, কিয় বাবা, মই টকা নোহোৱ চাল চিগা সেয়েই।” “কিয় আপুনি তেনেকৈ কয়? আপোনাৰ প্ৰতি শ্ৰদ্ধা অসম প্ৰত্যেক মানুহৰে আছে।” “মই যদি উপবাসে থাকো, এদ্ধাৰপৰা মই কি পাম? থৈ দিয়া তোমালোকৰ মুখৰ শ্ৰদ্ধা।” কথাবাৰ কৈ দাসদেৱে ছাতিটো আৰু লাঠিদান কাৰতনীৰ তলত সুমুৱাই লৈ দুই এক খোজ পেলায়। “নমস্কাৰ।” “অ’ বাপা ৰবা, তোমাৰ পৰা অনা চাউল কেইটা সিদিনা ট্ৰেনতেই হেৰাল। তেজপুৰৰ পৰা আহি মাজবাটত, নামিবৰ সময়ত চাওঁ যে টোপোলাটো নাই। তুমি বোধহয় বৰ অনিচ্ছাত দিছিল, নহলে নেহেয়।” কথাত এণৱে বৰ বেয়া পালেও নকৈ মাথো সৰুকৈ হাঁহি এটা মাৰিলে “ভাল, যাৰ।” সময় গো বদি দুই কেজি চাউল বাৰৰ পৰা বাবা।” । [ 9 ]