সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰত কৰে গোচাৰ মই এই পাই। আৰ ৰাত আপুনি আপথে গৈছে।” বিপুল মহাজনৰ মুখত ভৰোল একো নাই। মনতেই গৰিলে লিখি দি ওলাই গলে তেওঁৰ মান সম্মান নাৰি। গৰবিলাক জেলত পৰি আৰু তেওঁ গিৰমিট দি ওলাই যাৰ, এনে কথা ব আপচু হব। “ভাবি চাই, আপুনি জেইলাৰ চাহাবৰ জনাই দিব, পিছৰ ব্যৱস্থা মই কৰিম” বুলি কৈ তেওঁ জেইলাৰৰ পিনে চাই কলে,“আপুনি চাৰ আৰু দৰকাৰ হলে মোলৈ কোন কৰিব। মোৰ গুৱাহাটীৰ ঘৰৰ ২•• নং ফোনত বৰৰ দিব।” ভাল চাৰ।” জেইলাৰৰ বুকুৰ ঢপ -ঢপনি এতিয়া শাম কাটি আহিছে। মন্ত্ৰী গুচি যোত জীৱন আৰু আন আন বন্দীসকলে খবৰ পালে যে অক্লান্ত মন্ত্ৰীদেৰ বিপুল মহাজনৰ খবৰ লবলৈ আহিছিল। মন্ত্ৰীৰ উপদেশৰ কথা তেওঁ কিন্তু কাকো নকলে। এমাহ অত ত’ত ঘূৰি বগা আহি পুনৰ প্ৰেছৰ কৰ্মীসকলৰ আগত দেখা দি কলে যে জেলৰ পৰা তাক মোকোলাই দিছে। তাৰ মুখৰ পৰা ইৰাই সমস্ত কাহিনী শুনি ৰামীৰ বাবে মনে মনে চকুলো টুকিলে। ইতিমধ্যে প্ৰণৱ আহি তেওঁলোকৰ খবৰ বাতৰি লৈ দিহা-পৰামৰ্শ দি গৈছে আৰু দৰ্কাৰ হলে তেজপুৰৰ ঠিকনাত তাক খবৰ দিবলৈ কৈছে। প্ৰণৱক ইৰাই আগতে লগ পালেও সি যে তেওঁলোকৰ ইমান আপোন তাক বুজিব পৰা নাছিল। এতিয়াহে বুজিলে, তেওঁৰ স্বামীৰ প্ৰতি শ্ৰণৱৰ কিমান এদ্ধা। বগাৰামক বাহিৰত দেখি খয়ৰামে পুলিচৰ বৰ বিষয়ালৈ ফোন অখিলে যে মানুহজন কেনেকৈ মোৰ বাহিৰত থাকি, সি দেখো জীৱনৰ দলমেই মানুহ আছিল। [ 90 )