মধ্যে খানেই টাই বাড়ি কিনে নিন নিন আৰু লোকে কয় কৰি তোলে কেৰাৰো এটা নি উঠিল-“শিনী মাদি। মানুহ ভাঙি দেখিবলৈ ধৰিলে। বন্ধুক ধুম খুশল। লগে লগে তাৰ এপিনে ইলি উঠিল। ল'ৰা-ছোৱাণী-জিৰোতাই আৰ্তনাদত চিঞৰিবলৈ এৰিলে। “হচিয়া হচিয়া।” বন্দুক শব্দ হ’ল ওপৰলৈ। হোৱালী অভিনেত্ৰীসকলে কান্দিবলৈ ধৰিলে। নীসকল নেকালিবা। আমি দানৱৰ হাতত ৰ। অ না। আমাৰ সকল এতিয়াও আমাৰ লগতেই আছে।” বিমাৰত পৰা দীৱনে বগাৰামৰ কথাখিনি শুনি অস্থিৰ হল। বিপুল মহাজনৰ কঁপনি দেখি তেওঁৰ নিজৰেই হাঁহি উঠিছিল। তাও সাজসজাৰেই তেওঁ ভয়ত পেপুৱা লাগি কচি-মচি বহি পৰিছিল। “ভাও লবলৈ আহি কি হ’ল অ’ বোপাই” বুলি তেওঁ ঘৰ লাগিছিল। মানুহ প্ৰায় ভাঙি নোহোৱা হ'ল। “হচিয়াৰ হচিয়াৰ” ধ্বনি চিপাহীসকলে পুনৰ নিনাদিত কৰি তুলিলে। সেই ধ্বনিত পলোৱা দৰ্শকৰ বহুতৰেই অন্তৰ কঁপি উঠিল থিয়েটাৰৰ সা-সম্পত্তি ৰাখি থাকিবলৈ বাৰ জন চিপাহী বল। বাকীখিনিয়ে শিল্পীবৃন্দক লৈ নগৰলৈ ৰাওনা হল। ৰভাৰ একাংশ পুৰি গ’ল। চিপাহীয়ে লৈ যোৱাৰ সময়ত জীৱন আৰু তেওঁৰ সজীবৃন্দই জুই মোৱা দৃটো দেখি অৱশে বস্তি নিল এটি পেলাই গৈছিল। পিছদিনাই ৰাতিপুৱা খৰৰ কাকতত ডাঙৰ হৰফেৰে বাতৰি লাল-দেশৰ বিৰুদ্ধে কৰা ৰকাৰীৰ গল চিপাহীৰ হাতত কাৰও। অভিনয়ৰ মুখা পিছি বিদেশ যা লগত হাত মিলাই দেশৰ [ ১ ] । 1
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৭৭
অৱয়ব