সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যা মনে কই পাগল ' হৰি, বাট বা বাবি মূ দাড়ি নাচাৰি চলতে নবি সাক্ষী। এবাৰ বাবা, বাট এৰি দিবি আপোনাৰ মৰ্যাদা ৰাখি। অ' হৰি এ গছত বন্দী হৈল গহনে শালিকা ধুৰত বন্দী হৈলা হাথী। অনাচাৰ নাৰীতে পুৰুষ বন্দী হৈ লালিত বন্দী হৈলা মাখি।” তেওঁ যোৱাত এণৰে ভাবিলে, মানুহজন বেচ ৰসিক, কিন্তু ইমান আক্ৰোশী। সকলোৰে পৰা ঢাহি ঢুহি নি নিজৰ পেটত ভৰাবলৈহে যেন তেওঁৰ হাবিলাস। জীৱন চাৰৰ নাটক লিখাত কিছু নাম থকাৰ বাবেই হয়তো তেওঁৰ প্ৰতি অলপ বিপ ভাৱ, নহলে তেওঁক নিন্দা কৰিব লগা একো নাই দেখো। গ্নেচিয়াৰৰ দৰে তেওঁৰ গীত পদে নামি আহে আৰু আনৰ দোষৰ তালিকা দাঙি ধৰাতত কাকম পৰ্বতৰ গ্ৰেট-বল্টাৰ হিমশিলা প্ৰৱাহৰ দৰে পৈণত। চাউল কেইটা বাজি নিয়া দেখি তাৰ আকৌ পেটে পেটে হাঁহি উঠিল। তাহানি গুৱাহাটা লেৰ পৰা ওলাই আহিবৰ দিনাৰ কথা মনত পৰি তাৰ আকৌ মানুহজনৰ ওপৰত খং উঠি গ'ল। লাহে লাহে প্ৰণৱ আকৌ নিৰ ভাৱলৈ আহিল। ককায়েক তাৰ অত্যন্ত শ্ৰদ্ধা আৰু মৰমৰ পাত্ৰ হলেও, এনে এণে তাৰ বিয়া নহয়। বিয়াৰ কাৰণে তাৰ মনটোৰ প্ৰতি এতিয়াও হোৱা নাই। প্ৰিয়া তাৰ জীৱনৰ হঠাতেই যিকোণ হোৱা আগ্নেয়গিৰিৰ নিয় আগৰ তাৰ গহব,মাগম-ৰে। এনে শক্তিশালী উত্তপ্ত এল আলোড়নক বীকাৰ কৰিব পৰা নহব। [ ]