সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এনেয়ে কানন প্ৰিয়াৰ। লিখিছে বহু। তাৰ ভিতৰজেই-মাগুলি ৰাত থকা দিল হুষ্ঠিত পৃথিবীত নতুন সৌন্দৰ্য দেখিগে। বিনি আপুনি আমাৰ ঘৰলৈ আহিছিল, তাৰ পিছদিনা বেজি মই সাৰ পাশে, তেতিয়া মই অনুভৱ কৰিলো যে মোৰ হৃদয়খনে যেন কিবা বিচাৰিছে। মই বাহিৰলৈ ওলাই আহি দেখিলোঙা যটোৱে যেন কিবা এটি নতুন ৰূপলৈপূৱত হাঁহি মাৰি থিয় হৈছে। মই চক খাই উঠিলোঁ। তেনেকৈ বহুত দিনেই মই সূৰ্য উঠা দেখিছে, কিন্তু কোনো দিনা পুৱাৰ সূৰ্যত তেনে নতুন সৌন্দৰ্য্য দেখা নাই। কিন্তু তেনে সৌন্দৰ্য্য মই দেখিলে? দুয়োখন চিঠি পটি শেষ কৰি তাৰ মূৰটো ঘূৰা যেন লাগিল। পিছতেই সুস্থিৰ হৈ ভাবিলে, লোেক ব্যক্তিগত কথালৈ মূৰ ঘমাবলৈ জীবনদেৱৰ কি হৈছে। মানুহজনৰ প্ৰতি তাৰ খং উঠি আহিল। ককায়েক অযোধ্যা মাষ্টৰলৈও তেওঁৰ এটি বিৰক্তি জন্মিল। দেখো তেওঁ বৰ ভয়াতুৰ, আনকি ৰজাৰ বিৰোধী মানুহৰ বাপেক শ্ৰাদ্ধলৈও যাবলৈ ভয় কৰে। বিপুল মহাজনে দেশৰ প্ৰগতিশীলতাৰ লগত হাত মিলাবলৈ যাওঁতে, ককায়েকেনো কেনেকৈ তেনে লোক লগত মিতিৰালি কৰিবলৈ খুজিছে। ইয়াৰ কিবা এটা ভিতৰুৱা অৰ্থ সি বিচাৰি চায়। এনেতে তাৰ কাণত পৰিল কোনোবাই গলগলীয়া গলাৰে গীত গাই আহিছে:- “কিনো গীত গাইলি চাৰে। কিনো গীত গাইলি চান্দ। সাগৰৰ মাজতে ঘোঁৰাৰ ঠকঠকি নগৰত বুৰিলে না। এই গীত ৰচিলো বু ভকতিৰ ভাৰ।” গায়কজনে ক্ষন্তেক নঙলামুখত হৈছে। প্ৰণৱে বিলে, কানোবা ভিক্ষুক আহিছে নেকি। এনেকৈ থাকে গৰগৰীয়া মাজেৰে মাত লগালে এণৰ বুলি। [ Bg ) কহতু চাল খাই