সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“ছে যি কৰ্য, অকল তেওঁৰেই নহয়, আতাৰ আংশিক ভাৰে। সেয়েই তো জগতৰ গতানুগতিক নিয়ম।” প্ৰণয়ে তাইৰ গাত হাত বুলাই পুনৰ কলে, “কিমান যে ভাল লাগিল তোমাক, মনত ৰাখিবা দেই। বেলি পৰে পৰো হল “বাবাক লগ নাপালেযে?” “আতাৰ লগত আন সময়ত আহিম। মই ইয়াত এটি সপ্তাহ থাকো বুলি আহিছো নহয়।” বিয়াই থিয় হৈ টুপুৰকৈ প্ৰণৱৰ চৰণ চুই সেৱা কৰি কলে, “বেয়া নেপাব, আপোনাৰ উপযুক্ত অভ্যৰ্থনা কৰিব নোৱাৰিলো।” প্ৰণৱে তাইক তুলি ধৰি কলে, “শকত জলপানৰ অভ্যৰ্থনা মোৰ মুঠেই ভাল নালাগে, তুমি তাকেইতো অৰ্থ কৰিছা। তুমিয়েই মোৰ অভ্যৰ্থনা।” তেতিয়া পশ্চিম আকাশত বেলিটো ৰঙা পৰি উঠিছে। দূৰৰ পৰ্বতমালাৰ সবুজতাখিনি স্পষ্ট হৈ চিকমিকাইছে। সুজুৰ বতাহ এচাটি আহি গছ-বনবোৰ নচুৱাই তুলিছে। “বলা বাটেৰে পথাৰেদি ঘূৰি যাওঁ।” দুয়ো পথাৰেদি আগবাঢ়ে। “অ' ভোমাৰ দেৰি হব নহয়।” “দেৰি হলে আতাই থৈ যাব নহয়। তেওঁ থকাত আমাৰ একো চিন্তা নাই।” “ঠিক মানুহ পাইছা।” দুয়ো গৈ সত্ৰৰ চৌহদ প্ৰবেশ কৰি অলপ আগবঢ়াৰ লগে লগেই দুয়োৰৰ কাণত পৰিল গুণমালাৰ সুৰ- “গোপাৰ প্ৰেমক নি উদ্ধৱক। বুজাইলা নন্দন। চেতন হলি। লোত বিল।” পঠাই গোকুলক কৃষ্ণক অলি জন কৰিল [ Bbw ]