সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এৱে কৰাৰ উৰ নিদি মাখো মনতেই ভাবিঢ়োকৈ নতা খা নেই মা হাত কৰাৰ বাবে দেশকে ভাগি-টিগি মানুহৰ কিযে বিলাই বিপত্তি নকৰিলে। “এতিয়া আন চিন্তা মোৰ নাই। কেৱল বাবাক কেনেকৈ লিত মাখিব পাৰে সেয়ে চিন্তা। বাবাৰ দ্বিতীয় ঘৰ পাতিবলৈ দুই-এক তিৰোতাই যে কোন পণ চেষ্টা কৰিছিল, মনত পৰিলে লা লাগি যায়। কিন্তু বাব। দেৱতাৰ দৰে পৰিত্ৰ হৈ থাকিল। মোৰ মুখ চাইয়ে তেওঁ সকলো সুখ পাহৰিলে।” প্ৰিয়াৰ মুখখন মলিন হৈ পৰিল। “দুখ নকৰিবা প্ৰিয়া। যিবিলাক মানুহ লগ পাইছা ইয়াত, সেইবিলাকেই তোমাৰ আপোন। “হয়, বিশেষকৈ সেৱক আতাই ভগৱানৰ দৰে আমাৰ জীৱন দান দিচ্ছে। তেওঁৰ বাবেই আমি ইয়াত ৰৈ গলো। তেওঁৰ যত্নতেই নই স্কুলত সোমাবৰ সুযোগ পালো।” “তোমাৰ বাবে মই একো কৰিব নোৱাৰি নিজেই লাজ পাইছো।” প্ৰণৱে প্ৰিয়াৰ মুখলৈ চায়। “আপুনিয়ে মোক কি দিছে, মইহে জানো, আনে নাজানে।” প্ৰণৱ আচৰিত হৈ পৰিল। প্ৰিয়াৰ কথাষাৰৰ অৰ্থ সি বুজিবলৈ যত্ন কৰি কৈ উঠিল, “মই কিবা দিছে?” “হয় মুসুধিব সেইবোৰ।” তাৰ অন্তৰত আটাইখিনি গধুৰ বেদনা গোট খাই পৰা যেন লাগিল, হাতত যেন কিছুমান পদুম ফুল ফুলি উঠিল, চকুৱে যেন এটি নতুন সৌন্দৰ্য দেখা পালে। কিছু সময় দুয়ো নীৰৱ হৈ থাকিল। এবাৰ দুয়ো দুয়োৰ চকুলৈ চোৱাত প্ৰিয়া লাজতেই তলমূৰ কৰিলে। লা ভেঙে যাওঁ।” “বহকচোন অলপ সময়। আমাৰ ঘৰত আপোনাৰ দৰে শোক [ ৪৬ ]