এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অগণা বিন মহান সাহিত্যিকে আমাক সদায় বেড়না দিয়ে, যা সান্নিধ্যত আমি আত্মবল পাওঁ, নানা জ্ঞান-বিজ্ঞানৰ সাহিত্যিক তথ্যৰে আমাৰ চিন্তাশক্তিক সতেজ কৰি তােল, সেইজন আমাৰ বন্ধু অধ্যাপক শশী শৰ্মাৰ গৌৰৱময় নামটিত অৰ্পণ কৰি হাবিলাস কৰে বন্ধুৰ সাহিত্যিক অৱদান কালজয়ী হৈ উঠক। ১৬৭৭৬ ইং একা।