আখি এই নতুন পুৰা খেল বিমানেই আননীল নই, এটা অতি সত্য যে মাৰ গাৰ মাহৰ মনত একেজিতেই গলা হে বিলাল জাগৰিত হৈছে আৰু শেৰ মানুহ কুনীতি ৰানী হোৱাৰ নানা ফন্দি উলিয়াইছে।” এনেতে বগাই এফ এটি এখত দেখুৱাই সোত জীৱনে কৰে, “ এইটো খাণী সঁতা, লোটা নহয়।” “বিছিলে, অসমীয়া মানুহ খোবা কি লোটা। এটা হাঁহিৰ ভাব ফুটাই বগাই কয়। লিত ফুটা দিয়া এটা মাটিৰ বাচনৰ খাৰ দি ভাত পানী দিলে বাণী-তা তলেদি ওলোৱা পানীয়েই অসমীয়াৰ জিভাত লগা বাণী। তেনেদৰে বিপ্লৱৰ কাৰ্যসূচীৰে সমাজৰ কালৰ মামৰে ধৰা মজিয়া- ন ফুটাই দিলে সুখ-সম্পদ-সমৃদ্ধি-শাস্তি উভৈনদী হৈ ব্যাপী পৰে, তাকেহে ইয়াত বুজাইছে।” জীৱনৰ নিৰ্দেশমতে সি কথাটো শুধৰাই লৈ পুনৰ কম্পোজত আহি লাগে। বগাক তেওঁ খুব ভাল পায়। সি সামান্য লিখা পটা পোৱা মানুহ হলেও তাৰ জ্ঞান, দৃঢ়তা, সৎসাহস আৰু পৰোপকাৰৰ ভাৱ যথেষ্ট আছে। দুই-এখন সভা-সমিতিত সি কেতিয়াবা ডাঙৰ লগত ফেৰ পাতি উঠে। তেনে দৰেই ৰয়ৰামৰ খং তুলাই দিয়াত আজিলৈ নগৰ বৰ্জন এলেকাত এক লেচাও সি মাটি লব নোৱাৰিলে। তাৰ বাবে কিন্তু বগাৰ বেজাৰ নাই। খৰাম দানৱে মৰিবৰ দিনা তাৰ শ বিঘা মাটি তাৰ কপাহী কাপোৰৰ চুৰিয়াৰ আঁচলত বান্ধি নিবনে? বুলি সি কেতিয়াবা মানুহক কয়। কেইদিনমান আগতে পুলিচে তাক এবাৰ থানালৈ মাতি নি সুধিলে- “হয়নে বগাৰাম, তই হেনো অক্লান্ত ডাঙৰীয়াৰ বিৰুদ্ধে ভৰা বাতৰি প্ৰচাৰ কৰি থাক?” “হুজু আমি দিন মজুী কৰি পেট এৱৰ্তোৱা মানুহ। আমাৰ কি মৰ সাহস আছে মন্ত্ৰীৰ কথা কম। কথাটো কি?” [ 8 ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৪৬
অৱয়ব