সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ইমান জাতি পেলাৰ শাৰি চাৰ বি সালে এ বিঃখ নাকি সেৱা কৰি বৰ মালিবলৈ শিকায়, শনি মক নাকি বিশৰ পৰা হাত সাৰিৰ বুলি প্ৰবনা কৰে।” শীৱনে এটি অস্পষ্ট হাঁহিৰে হাতে। “মোৰ যাবৰ হ'ল চাৰ, যাওঁহে। আপুনি যেন আমাক উপদেশ দিয়ে। শ শ ভোগাভক নতুন সমাজ গঢ়াৰ বাবে ওলাই আহিছে।” “বৰ আন কথা। তুমি দুটামান খাই যোৱ॥ ভাত হৈছেই।” এণৱে তেওঁৰ আগৰ মৰমৰ কথাবিলাকো সোৱৰণ কৰি উঠে। শ্ৰীমতী গোদাভীয়াই হন নিজৰ স্বামীক ভয়াবহ গধুৰ টেচৰ পৰা ৰেহাই পোৰাবলৈ উলঙ্গ হৈ ঘোঁৰাত উঠি ইংলণ্ডৰ ৰআলিত যিদিনা টহল দিছিল, সিদিনা লাজতেই সকলো মানুহ দুৱাৰ খিৰিকি মাৰি ঘৰৰ ভিতৰত সামাই ৰ'ল, কিন্তু টম দৰ্জিযে মনে মনে খিৰিকিৰে জুমি চালে শ্ৰীমতীক। এটি যৌন হাত টমৰ সৰ্ব শৰীৰ উচাপ খাই উঠিল সঁচা কিন্তু কেনোবা দেৱতাৰ অভিশাপ টম অন্ধ হৈ গ'ল। টমে চাৰিওপিনে খেপিয়াই খেপিয়াই মজিয়াতেই বহি পৰিল, তাৰ জীৱনলৈ অন্ধকাৰ নামি আহিল। বহুত বছৰ আগতেই ঠিক এনেদৰেই চিৰিনাথ শইকীয়াই হেনন গাৱঁৰ কোনোবা এজন ডেকাৰ দৰা-কইনাৰ ফুলশয্যাৰ ৰাতি ইকৰাৰ বেৰে জুমি জুমি চাইছিল এটি চকু মুদি এটি চকুৰে। বহুত সময় সৰ্বশৰীৰ হেনো ঋপিছিল, শেষত হেনো হমোহনৰ হৰৰ দৰে হতভম্ব হৈ ঘৰলৈ ঢাপলি মেলিছিল। টম দৰ্জিয়ে দুটা চকুৰে চাইছিল, কিন্তু আমাৰ শইকীয়াই এটা চকুৰে চোৱা বাবে পিছলৈ এটা চকুৰেই সংসাৰ চাব লগা হ'ল। বহুত চেষ্টা আৰু দৰব জাতিৰেও তেওঁ চকুৰ হেৰোৱা দীপ্তি ওভোতাই নাপালে। চিৰিনাথ পঢ়াত চোকা আছিল। মাক-বাপেক দুখীয়া হোৱাৰ বাৰেই হাইল পাচ কৰি তেওঁ কলে পদি নোৱাৰিলে। নৰ্মালত [ 08 )