সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

॥ গোপখনৰ কাৰ কথা । অসম বুক ডিপােৰ খ্যাতনামা অধিকাৰী গণ এই মহােদয়ে আমাৰ তলত নাম দিয়া কিতাপ চাৰিখন একাৰ কৰি আমাক কৃতার্থ কৰিছে। (১) জীৱন ৰুজীৰ দুটি পাত (উপন্যাস) (২) শিৱনাৰ সংসাৰ ঐ (৩) এমন্ত শঙ্কৰদেৱ ( চমু জীৱনী) (৪) নানা কথা নানাজ্ঞান ( সাধাৰণ জ্ঞান) আজি কেই বছৰমানৰপৰা অসমীয়া কিতাপ প্ৰকাশৰ বাটত ( পাঠ্যপুথিৰ বাহিৰে) নানা ধৰণৰ মাধমাৰ পৰাত আৰু কিতাপৰ ৰজাৰত চোৰাং ভাবে সুমােৱা অশ্লীল উপন্যাস, গল্পই কিশােৰ আৰু যুৰ মাজত বজাৰৰ বৰপীৰা পাৰি বহাত, পুৰণি চাম লিখকৰ লিখাবােৰ, প্রকাশক আৰু পঢ়েতা উভয়ৰে কাল শতক ৰূপেহে দেখা দিলে। সাতে-পাঁচে, আমিও আমাৰ উপন্যাসবােৰ বান্ধিযুক্তি আটালত তুলি থ’ৰ লগা হ'ল। ইপিনে দেশত ৰাজনীতিৰ ঘমঘণ্টা বাজি উঠিল। আমিও নিতাল মাৰিলোঁ আৰু নতুন কিতাপ প্রকাশ হােৱাৰ আশা পৰিত্যাগ কৰিলে। মাজে মাজে ঐ গুহলৈ চিঠি পত্র দিওঁ, তেওঁও উত্তৰ দিয়াত কার্পণ্য নকৰে। তেওঁ কলিকতাৰপৰা ১৪১৬৭৬ তাৰিখে দিয়া এখন চিঠি ১৮৬৭৬ তাৰিখে পাই বৰ ভাল লাগিল। লিখিছে- মেহেৰ দাস ভাই, বেশ কিছুদিন হয় আপনাৰ চিঠি খানা পাইয়াছি, কিন্তু আমি অসুস্থ থাকায় আপনাৰ পত্ৰ নাৰ উত্তৰ দিতে বিলম্ব হইল। মশনেব” ববিয়ানা শীই প্রেমে দিতে হইবে। বিনা সংসাৰ” আগামী মাসে এসে দিবাে•••