সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাই পানী খাল। তেওঁলোেক কোনো কি এনে পানা খালে শীৰ শত নপৰে। ৰাজাপানী পাৰ্বত, তেলোক হৰি লাসৰ লাও যে পোৱা নাযায়, তাক তেওঁলোকে ভালকৈয়ে জানে, গত এনে দে না আৰ। নানা জনে নানা কথা লৈ মন্ত্ৰী দেখা কৰিলে। এইমাৰী ফুলৰ শিক্ষকৰ পদ প্ৰাৰ্থীও পাঁচজন আহিল, ৰাজ্যিক পৰিবহন যাচ কভাকট হোৱাৰ হাবিলাসতত দুই-চাৰিয়ে দেখা কৰিলে, ৰাষ্টাৰ মহী-খালাচীৰ প্ৰাৰ্থৰ বাপেকো দুই-চাৰি আহি মক চালাম কিলে। কৰতৰ দৰেই তেওঁ সকলো কথা শুনি শুনি সন্তোষজনক সমিধান দি গ'ল। তেওঁৰ টকীয়া ভাষা গাল দুখনিলৈ কোননা কোনোৱে ৰ লাগি চাই থাকিল। অলপ পিছতেই সভাপতি অধিকাৰীয়ে আহি ক'লে, “বাপসকল, উঠিবৰ হৈছে।” হিৰ হিৰ কৈ সকালাৱে উঠিল। মথুৰ অধিকাৰী আগহৈ তেওঁলোকক লৈ গ'ল। “আহক, আপুনিও বহক” বুলি অধিকাৰীৰ পিনে চাই মন্ত্ৰীয়ে অনুৰোধ কৰিলে। ভালেই পালে তেওঁ। বহি পৰিল মন্ত্ৰী কাষতেই। ৰৌ মাছৰ প্ৰকাণ্ড মূৰ এটি মন্ত্ৰী জনাৰ পাতত জিলিকি আছিল। “মোকহে দিছে দেখো?” মূৰটো দেখুৱাই মন্ত্ৰীয়ে হাঁহি হাঁহি “আপোক দেখাকৈ দিয়া হৈছে আৰু আনবিলাকক নেদেখাকৈ দিয়া হৈছে অৰ্থাৎ ভাঙি মিহলাই দিয়া হৈছে।” সভাপতি অধিকাৰীয়ে অতি-ভৰি দি কৈ যায়। “দিয়ক দিয়ক, খাওঁক, মানাহৰ মিঠা মাহ।* মথুৰা অধিকাৰীয়ে কৈ উঠে। মহ খোৱা কেইখনৰ কিন্তু মহ'হে মন। তথাপিও মন্ত্ৰী [ St ]