শয়ে গা লাগিত নিন। তেনে নাৰি গ'ল- বিৰই নও, দেশৰ এটা এগতিবেই নশ। তেলিয়া ও দুপ। গাড়ীৰ ভিতৰতেই মীৰ মুখ ম বাদ হেঁতাত পৰি উঠিছে। তেওঁ গাড়ীৰ পৰা নমাৰ লগে লগেই গাওঁ শয়তৰ সজাপতি বলা অধিকাৰীয়ে নমস্কাৰ জনাই খুলৰ মালা এ পিন্ধাই দিলে। জাতীয় আৰু পা-পানীৰে সৈতে তেওঁ গৈ অধিকাৰীৰ ভায়েক মধুৰ অধিকাৰীৰ চ'ৰা ঘৰত গৈ বহিল। তেওঁ লোক বহিবৰ বাবেই চ খটো সাই খোৱা হৈছিল। মহাত্মা গা আৰু অহলাল নেহৰুৰ লগতে অধিকাৰীৰ নিজৰ ফটো এনো তাত আৰি মোৰা আহে। তেওঁৰ পোচক পৰি অহৰ- লালৰ লেখিয়াই, সেয়েহে, গাওঁ অঞ্চলৰ বহুতেই তেওঁক বাঙাপাইনা হৰলাল বুলিয়েই পিছত কোৱা কুই কৰে। তেওঁৰ আগত কিন্তু সৰ্বসাধাৰণ প্ৰায়ে কম্পমান। মূৰত তেওঁৰ গান্ধী টুপীটো এইজন। মৰ দৰে সদায় জিলিকি থাকে। অৱশ্যে, কোনো নাম-কীৰ্ত্তনলৈ গলে তেওঁ সেই টুপীটো খুলি ৰাখে, কিন্তু মন্ত্ৰীৰ মূৰৰ টুপীটো নাম- ঘৰৰ ভিতৰত নাম প্ৰসঙ্গত নামি নাহে। এবাৰ এখন বৰ নাম সবাইত ডিৰে নামৰ নিলাজ মুখপোৰা মানুহ এজনে থাপনাৰ আগত প্ৰস কালত বগা টুপীটো পিন্ধি থকাৰ বাবে প্ৰতিবাদ কৰোঁতে মন্ত্ৰী গৰাকীৰ পা-পালী কেইজনমানে ধৰি কিলাই খুজিছিল, মন্ত্ৰী গৰাকীৰ মধ্যস্থতাতহে বেচেৰা ডিৰে ৰা পৰে। এই ডিম্বেকেই ২৬ জানুৱাৰীৰ ধ্বংস কাৰ্য্যৰ লগত জড়িত থকা বুলি পুলিচে হাত- কেৰেয়া দি ধৰি নি তিনিমাহ হাতত থৈ দিছিল। মানুহজন কিন্তু বিহু-টয়া, ৰজাকো দেও বুলিব নোখোতে, কিন্তু তেওঁ ৰাইজৰ সমৰ্থন নাপায়। বৰ অধিকাৰী নাই মত্ৰীক পালী পহৰীয়াৰে সৈতে বহিবলৈ দি তোৰ তত্বাৱধানলৈ গ'ল। লগে লগেই আহি পালে দাৰ নাৰিকলৰ পানী। মন্ত্ৰী গৰাকীয়ে একেলে তিনি জাবৰ পানী খালে। লগত অং সকলেও হেপাই [ ১৪ ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/২০
অৱয়ব