এr মন্ত্ৰী খন্মৰ তিৰ পৰি গ, জিম বেকা হাঁহি এটি মুখত প্ৰকাশ কৰি মাক দেয়। জীবনে একো নামাতি ক্ষন্তেক ৰৈ মীৰ পৰা বিদায় নয়। মগ্ৰীৰ চিঠিকিয়া মটৰ গাড়ীৰ বাহিৰেও আৰু তিনিখন কাপ, বাৰলৈ ওলাল। তেওঁলোকে গজিয়াৰ বাটেদি কাদলে যাব। তাত মানুহৰ অভাৱ অভিযোগৰ কথা শুনি বাঙাপানী পাব,তাত সকলোৰে দুপৰীয়াৰ ভোজন হ'ব। সৌ-সৌ কৈ গাভীবোৰ ধূলি উৰাই আগ বাঢ়িছে। গাড়ী অত তত ৰাখি মীৰে মথাউৰিৰ অহা চাই গৈ কাং পালে। শিদিন কাঙৰ সাপ্তাহিক হাট। বজাৰৰেই একাষে বাটৰ পিনে মানুহৰ ঠ লাগি ভাতৰ উতল অহা দিছে। মন্ত্ৰীয়ে গাভী ৰাখিবলৈ ক'লে। এজন দাডি থকা লোকে মন্ত্ৰীৰ গাড়ীৰ ওচৰলৈ আহি চিনাকি মানুহৰ দৰে কবলৈ ধৰিলে, “আদাব চাৰ, বৰ অদ্ভুত ঘটনা। ঘটনা আমাদেৰ এইখানে নাই হয়।” “কি হৈছে। মন্ত্ৰীয়ে সোধে। “একজন বেপাৰীৰ চুৰি হৈছে অদ্ভুত কমে।” মন্ত্ৰী আৰু আন আন মানুহ সেই মানুহজনৰ পিনে চাই থাকিল। “একজন লোকে একজন বেপাৰীৰ জামাৰ পিঠিত মানুষে ময়লা ইকৰাৰ আগ দিয়া লাগাই দিছে। পাছে সেই লোকটাই বেপাৰীক কৈছে, মশায় আপোনা জামাযত ময়লা। বেপাৰী আচৰিত। জামাটা খোবাৰ আগতে পচা থাকা বেপাৰীৰ জোগুলাটা মাটিত ৰাখি জামা খুলবা ধৰতেই জোঙলা নাই। জামা খুলি উঠি বেপাৰীয়ে জামাও নাপায়, জোলাও নাই।” কাৰতেই থকা কোনোবা এজন হাটুৱৈ লোকে ক'লে, “কো- কাটা কি চাৰ, কি ক’ব।” সকলল আচৰিত হৈ উঠিল। “মানুহজনক বিচাৰি উলিয়াই গুলি চমজাই দিয়ক” বুলি কৈ [ ১ ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/১৯
অৱয়ব