সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাঁহি এটা মাৰি মনত পৰিয়াই পৰিাই কৈ উঠি, কে, আজি এদিন জাগতেই সপোন এটাও দেখিছে, সপোনটো কলিয়াব কেন পাইছে।” কি গলোন?” কৰ নাপায়, কলে সপোন ফল হয়। “ভাল, ভাল, বৰ ভাল হওক, তাহানিৰ শৈশৱৰ বন্ধু এজন ৰজাৰ বৰচ’ৰাত বৰ আসত বহক। চুচি খোৱাহঁতক আঁতৰ কৰিবৰ সময় হল।” দুয়োৰ অন্তত দুটি বিতিয় ভাৱৰ আনৰ ঢৌ খেলি গ'ল। “এই কেইদিন ভাই বৰ লোকচান। হালকা বাত বানপানী উঠাত বা বন্ধ আছে। নলবাৰীৰ লাইননদিও ৰান্তা ভাঙি থকাত, আধা বাটৰ পৰাই বাচ ঘূৰি আহে।” “হওকদে ভাই কিছু খালি হলো আৰু কিছু ভৰাব পাৰিবি, জাত ভৰাই দিলে, পৰিহে যাব।” হয়ে হাঁহে। বিপুলে নিজৰ কৰানত দুটা মান চাপৰ মাৰি হৰ্ষধ্বনি কৰি উঠে। তেওঁৰ মন ঘূৰে। টকা খৰচ কৰি বৰ মানুহ হোৱাৰ হাবিলাস তেওঁৰ হিয়াৰ নিভৃত চুকত জীৱন্ত হৈ উঠে। ১৯৬৯ চনৰ বাৰিষ। বানপানী আৰু বেচি হৈ উঠে। গদাধৰ, বেকী, বলীয়া, গাভ, কপিলী, কাকড়োঙা, ৰঙানৈ, চিচি আদি নৈ সমূহত বানী পানী বিপদ সীমা অতিক্ৰম কৰা বুলি খবৰ আহিছে। বহৰমপুৰত মৰা হাতী ভাহি আহিছে বুলিও খবৰ পোৱা গৈছে। নত্ৰীসকলে ভ্ৰমণৰ দীঘল কাৰ্যসূচী লৈ চিল পাহাৰৰ পৰা নামি আহিছে। ৰেলগাড়ী বন্ধহৈ থকা বুলি খাদ্যৰ দাম বাঢ়িছে:- চাউল ২•• টকা কেজি মচুদালি ৩৭৫ মাটিমাহ ৩৫ চেনি . [ ৫ ]