পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিনি

 

 এজনী কেৰ্কেটুৱাৰ দুজনী জীয়েক আছিল। নাম মিনি আৰু নিনি। মিনি ডাঙৰ নিনি সৰু। মিনি তবজীয়া, ৰঙীয়াল আৰু কামিলা। নিনি পিচে তেনেই আলসুৱা আৰু ভয়াতুৰা। মিনিয়ে সদায় ভনীয়েকক কয়—‘সাহসী হ’লে সকলো