পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪৬

 ভেকুলী বায়ে ক'লে—

 “ভতিজা জীৰ পাতিছে বিয়া
 পিছে তোমাৰ দেখোন মাতেই নাইকিয়া?”

 কেঁকনি এটা মাৰি গুৱৰুৱাই ক'লে—