পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪

মৰমিয়াল পখিলাটি

 পুৱাৰ কোমল ৰ'দত গা সেকি মিঠা উমত কণমানি পখিলাটি উলাহতে ফুলে-ফুলে উৰি ফুৰিছিল৷ হঠাতে পখিলাটিয়ে লাহি পাখি দুখনি জপাই থমকি ৰ'ল৷ তাই কাৰোবাৰ কেঁকনি এটা শুনিছিল৷ সৰু-সৰু চকু দুটিৰে তাই পিৰিক্