ৰে
৫২ মুক্তিৰ অভিযান [ তৃতীয় অঙ্ক নমতা কেইজনে I—( qq খজুৱাই) নেৰিলে জানে| উপায় আছে ! আমিও এৰিম |
সদ ।--এৰক, সকলোৱে এবক; এই অপবিত্র atta কানিৰ স্পৰ্শত কলুষিত আপোনালোকৰ দেহ পবিত্ৰ হওক; নতুন তেজ, নতুন শ্রী, নতুন উৎসাহে আপোনালে|কৰ হৃদয় পুলকিত কৰি তোলক; নৱজীৱন লাভ কৰি, নতুন আশা, নতুন আকাঙ্ক্ষা, নতুন বল, নতুন সাহ লৈ জীরন- যুদ্ধত অবতীর্ণ হওক। কানিব লগে লগে দূৰ হওক ভীকতা, দীনতা, কাপুকষতা, আক পবমুখাপেক্ষিতা। WHS ভাস্কৰৰ দৰে উদ্দীপ্ত হৈ উঠক আজিৰ দীনা, হীনা, steel জন্মভূমিৰ a বদন। এবাৰ সমস্বৰে সকলোৰে মুখত ধ্বনিত হওক-জয় অসমৰ জয় | জয় জন্মভূমিৰ জয়।
সকলোৱে।--জয় অসমৰ জয় ! জয় জন্মভূমিৰ জয় !
সদা।-_সম্মুখত পবিত্ৰ বিষ্ণু-মন্দিব, ওপৰত স্থনীল-আকাশ | চন্দ্ৰ, সূৰ্য্য, অগ্নি, বায়, ভূচব, খেচৰ সকলোৰে জাগ্রত চকুৰ সন্মুখত গুৰু-বাক্য স্মৰণ কৰি দলিয়াই দিয়ক আপোনালোকৰ কানিৰ টেম|; হৃদয়ৰ দেৱতাক ধিয়াই প্রতিজ্ঞা কৰক আজিব পৰা! সেই অপবিত্র অস্পৃশ্য কানিক স্পর্শ নকৰোঁ| বুলি।
সকলোৱে [ANS কানিক স্পর্শ নকঝৌ। ( টেম| দলিয়াই দি) জয় অসমৰ জয়! জয় জন্মভূমিৰ জয় !