এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ao
মুক্তিৰ অভিযান [ তৃতীয় অস্ক
লাগিব। অকল সেয়ে নহয় কানীয়| গিৰীয়েকহঁতৰ আলপৈচান ধৰোঁতে কপাহ কাটিবলৈ al তাত vata সময় নাপাই তাইহঁতে লোকৰ দলিয়াই পেলোবা৷ ফটা- কানিকে পিন্ধিব লাগিব। এইবুলি সদ৷শিৱ গোসাই গুচি গ’ল। তৈতিয়াৰপৰ| ফটাকানিবোৰ হ'ল আফু গছ আক তাত লাগি থকা মলিয়েই হ’ল কানি। কানি সদাশিৱব স্থরি, সেইদেখি সদাশিৱই তাৰ দেৱত| । এইটো হ'ল পুৰাণৰ কথা, তাত মোৰ নিজা কথা একো নাই। এতিয়া কানি খোৱাই ভাল নে এৰাই ভাল সেইটো তোমালোকে নিজে বিচাৰ কৰি চোৱঁ৷। মোৰ কোনো মতামত নাই বুলি আগেয়ে কৈছে| ।
জনচেৰেক কানীয়| ARR) Ate)
( গীত গাই গোপালৰ প্রবেশ ) গীত।
(ছিঃ ছিঃ ) চুটি কাপোৰৰ কানি। ইয়াকো বাক খায় নে লোকে পবিত্র বুলি মানি । কোনোব| দেশৰ মানুহে খায় সাপ, বেং, কেচু যিহকে পায়, তাতোকৈ যে অশুচি এই তোমাৰ টেমাৰ কানি।