সমললৈ যাওক

পৃষ্ঠা:মুক্তিৰ অভিযান.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় দৃশ্য ] মুক্তিৰ অভিযান ৪৯ ন 0৩... পিন্ধিছিল আক ফাটিলে ফটাকানিবোৰ চুরা পাতনিত

পেলাই দিছিল। তিকতাবিলাকৰ নিৰ্দ্দয় ব্যৱহাৰত বেজাৰ পাই সিহঁতে তাৰ প্রতিশোধ লবৰ মনেৰে মহাদেৱক তপস্যা কৰিবলৈ ধৰিলে। সিহঁতৰ তপন্তাত স্থিৰ থাকিব নোৱাৰি সদাশিৱ গোসঁই ভতৰ| গকটোত উঠি ডম্বক বজাই বজাই সিহঁতৰ ওচৰ পালেহি | তাৰ পাচত কানিবোৰক সন্বোধন কৰি ক’লে,--তহঁতে কিয় তপ কৰিছ? কি লাগে তইতক? তেতিয়া সিহঁতে নিজৰ দুখ বৰ্ণাই কান্দি কান্দি ক’লে “ely, এই খাই পাতফল! তিৰুতাবিলাকক কেনেকৈ সেক| দিব পারবো! তাৰে এটা উপায় দিয়ক|” সিহঁতৰ দুখৰ কথা শুনি ভোলানাথ একেবাৰেই পমি গল আক মৰমেৰে ক’লে--তহঁতে নাকান্দিবি, মই তহঁতৰ দুখ মোচন কৰিম। wks সক সক গছ হৈ জন্ম ধব আক তইঁতৰ গাৰ মলিয়েই হওক তইতৰ AA তাৰ নামে। কানিয়েই থাকিব। সেই বস তইতৰ গাৰ পৰ| উলিয়াই তহঁতক অপমান কৰ| তিকতাবিলাকৰ গিৰীয়েকহঁতে খাব। case চুৱা- পাতনিত পেলাই ঘি দুৰ্গতি কৰিছে, সিহঁতৰে| সেই দুৰ্গতি হব। প্রত্যেক কানীয়াই হ’বএকোখন চুৱা-পাতনি। তেতিয়া সেই তিকতাবিলাকে কটন| কাটি কানীয়| গিবীয়েকইতক খুৱাব লাগিব আক তিতা মাৰিবলৈ জলপান দিব নোৱাৰিলে ঢেকি ঠোবাৰ মাৰত ঘুগুল| হব