দ্বিতীয় দৃশ্ঠ ] মুক্তিৰ অভিযান ৪৫
সকলোৱে ।__-এবা এতিয়া কি কৰা ভাল ?
জাতি he wal ভাল বুলি বহি থাকিলেই cot নহয় কি কৰিবৰ মন নৌকোবা কিয়?
ভদাই ।__তুমি নো নৌকোবা কিয় ?
sae ara কিটে| । ক’বলৈ থাকিলেহে ক'ব । মোৰ মতে আমি সকলো গৈ বৰচাহাবৰ ওচৰত দীঘল হৈ পৰে, আক কওঁ হয় দোকানকে ৰাখক, নহয়, আফু-খেতি কৰিবলৈ দিয়ক । যদি এটাও নকৰে তেনেহলে আমাক গুলিয়াই মাবক। তেতিয়| তেওঁ লাট চাহাবলৈ লিখিব পাৰে I
বগাই ৷--তাৰ পবা একো! নহয়, চিপাহীৰ গত| খাব লাগিব মুঠেই । তাতকৈ নোযোৱাই ভাল ৷
কথাবাহী aca তাকে কওঁ । মই দেখাত মাত্র দুট| উপায় আছে, হয় কানি এৰিব লাগিব, নহয় অলপ সবহকৈ ধন ভাঙিব পাৰিব লাগিব। হ’ব নোবাৰিছে দোকান বন্ধ। ধন দিব পাৰিলে যি লাগে তাকে পোৱ| যায়। কৈছেই নহয় বোলে বেচ দিলে ধোবাই মেখেলাকে৷ কোবায় |
( নিক| কাপোব-কানি পিন্ধি চাক্ চিকুণ হৈ থোলোকৰ প্রবেশ )
ঠানু ৷-- হেৰ’ এইটো থোলোক দেখোন ৷ তই দেখোন গোটেই তজবজীয়া ডেকাটে| হলি ! চেহেবাটোও ভাল হৈছে ৷ তোক দেখোন বহুত দিন দেখাই নাই। ক’ত থাক?
থোলোক (— AZ নগৰতে থাকে ।