সমললৈ যাওক

পৃষ্ঠা:মুক্তিৰ অভিযান.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় দৃশ্য । এটা নামঘৰৰ সম্মুখৰ বাকৰি।

প্রথমতে কেইটামান কানীয়া আহি বহে; তাৰ পাচত দুই এটাকৈ আক বহুতে| গোট খায় ।

CHAS ৷--আতৈসকল ! এতিয়া| কি কৰ| যায়! চৰকাৰৰ ঘৰৰ এনে অনিয়ায় আমি সহি থাকিম নে ? আমি কাৰ ঘৰত চুৰ কৰিবলৈ গৈছে|; গঁঠিৰ পইচা ভাঙি কানি খাইছে।। ইমানতে| আমাক ইমান হিংসা কৰে কিয়? আমাৰ মুখৰ টোপ কাটি নিয়ে কিয় ? ইয়াৰ নো. একো! প্রতিকাৰ নাই নে? আমি সকলোৱে আলচ কৰি কিবা! এটা কৰিব লাগে।

ভদাই Iota মনেৰে আমি সকলোৱে চহী কৰি বৰ চাহাবলৈ এখন আৰ্জ্জি দিওঁ। আমি বোলে কানি খোৱাৰ বাবেই মিছা কথা কওঁ, চুৰ কৰে৷৷ হেৰ’ চুৰ কৰে| যদি তহঁতে বগ| ঘৰত থৈ নিদিয় কিয় ? চুৰ কৰিলে ইহঁত শুদাই al ভকত হে! মিছামিছি কথা কৈ আমাৰ কানিকণ

কাঢ়ি নিবলৈ আহিছে !

নেলাই।__ইয়াকে বোলে উপকাবীক অজগৰে খায়। চৰকাৰে সৰহখিনি ৰাজহৰ ধন আমাৰ পৰাই পায়, তেও আকৌ আমাবেই অহিত চিন্তে! ময়ে| কওঁ, সকলো কথা ভাঙি-পাতি আৰ্জ্জি এখন দিয়া ভাল। তাত আমি খোলা-

> ৷ }