সমললৈ যাওক

পৃষ্ঠা:মুক্তিৰ অভিযান.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম দৃশ্য ] মুক্তিৰ অভিযান ৪১

ইন্স্‌পেক্টৰে ৰাখে। এনেতে আন এটা পিয়দাই কানিয়ে সৈতে

দেউকণক হাজিৰ কৰে ) fan ৷--( ইন্স্‌পেক্টবলৈ চাই ) মই এওঁক ইয়াতে ধৰিব পাৰিলোহেতেন; পিচে আপুনি কোৱামতে মজুমদাৰ ডাঙৰীয়াক চক নুখুৱাওঁ বুলি ইয়াত একো নকৰিলে|; বাটত ধৰিলে। । ইন্স্‌পেক্টৰ৷--হাত কেৰেয়| লগ| | ( তিনিওজনকে হাত কেৰেয়| লগায় ) হুটোপোল| কানি পোৱ| vai ঘৰৰ ভিতৰত নিশ্চয় আৰু আছে। এতিয়া খানা-তালাচ কৰ| ates | (চন্দন আক পিয়দ| দুটাক লৈ ইন্সপেক্টৰ ভিতৰত সোমায় ) দাৰোগ| ।--( মদনক ) সেইকোছ| বোধকৰেঁ| আপোনাৰেই ডাঢ়ি,

পিন্ধি লওক। ( মদন তলমূৰ কৰে ) আৰু দেউ! আপোনালোকব হোম-যজ্ঞত আজিকালি ঘিউৰ ঠাইত কানি চলে নে কি? ( দেউকণে নামাতে )

(ভিতৰৰ পৰা সকলো ওলাই আহে। পিয়দাৰ হাতত এটা ডাঙৰ কানিৰ টোপোল| ৷ ) ইন্স্‌পেক্টৰব |--আমাৰ কাম শেষ হ'ল। (দাবোগক) ‘আপোনালোকে মানুহ লওক, আমি টোপোল! লঙঁ। দাৰোগ৷ ৷--আজিৰ অভিযান যিমান ভাবিছিলে|, তাতকৈ বেচিকৈ সফল হ’ল। ব’লক। ( সকলোৰে প্রস্থান )