সমললৈ যাওক

পৃষ্ঠা:মুক্তিৰ অভিযান.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম দৃশ্য ] মুক্তিৰ অভিযান ৩৯

চন্দন |--গবৰ্ণমেণ্টক দেখুৱাব লাগিব যে এই কানি নিবাৰণত আমিও গৰবৰ্ণমেণ্টৰ সহযোগী। সেই দেখিয়েই মই কানিব বিকদ্ধে আবকাৰী বিভাগক দেখুৱাই সাহায্য কৰিছে, সদানন্দৰ সেৱাদলৰ নিমিত্তে ধন খবচ কৰিছে| । = তেওঁলোকে মোক কানিৰ ব্যৱসায়ী বুলি সপোনতো ভাবিব নোবাবে। মুঠতে বাঘকে ছাগকে একে ঘাটতে পানী খুৱাব পৰাটোৱেই হৈছে ব্যৱসায়ীৰ কৃতিত্ব ।

মদন |-- সম্পতি হয়তো কোনেও সন্দেহ নকৰে, কিন্তু শেহলৈকে দুয়ো কুল বক্ষা কৰা কঠিন হ’ব।

চন্দন ।_-একো! নহয়, তুমি নিশ্চিন্ত থাকা ।

মদন ।--পাৰ্চেল আহোঁতেই বদি কাৰবাৰ সন্দেহ হয় ?

চন্দন ।--এতিয়াব পবা মই এনেকৈ পাৰ্চেল অনাৰ দিহা কৰিছো। যে তাত সন্দেহ কৰিবলৈ কাবো সাধ্য নাই।

মদন ।--কেনেকৈ ? ডু

চন্দন I—a এটা কাঠৰ কোম্পানীৰ এজেণ্ট হৈছে৷; তাৰ পৰাই কাঠৰ নমুনা স্বৰূপে কানিৰ পার্চেল আহি থাকিব। তিনি চাৰি ফুট দীঘল একোডোখৰ চাৰিচুকীয়া কাঠ এট! yaa পবা আন মূৰব ওচবলৈকে খুলি কানি ভবাব। মুখৰ ফালে ভালকৈ খাই পৰাকৈ এডোখৰ কাঠ গজালি খোলাৰ চিন মাৰি বন্ধ কৰিব; তাৰ পাচত ভালকৈ, বেন্দা মাৰি বানিছ লগাই কোম্পানীৰ ছাব মাৰিব। তাক একোৰে নাবান্ধে, লেবেল লগাই সাধাৰণ কাঠ