সমললৈ যাওক

পৃষ্ঠা:মুক্তিৰ অভিযান.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৮ মুক্তিৰ অভিঘান [ তৃতীয় অন্ধ

মদন |--আজি কালি আবকাৰী কৰ্ম্মচাৰীৰোৰৰ টোপনিয়েই নোহোরা হৈছে; সেই দেখি জোন পৰালৈ বাট চাইছিলে|।

চন্দন |--সিহঁত যিমান চোক| হয় আমি সিমান ফন্দিয়ক হ’ব লাগিব। আমাৰ পক্ষে এইবাৰেই ডাঙৰ স্থুযোগ। ডাঙৰ মানুহ হ’বলৈ ইয়াতকৈ ডাঙৰ ছেগ কেতিয়াও আশ! কৰিব নোৱাৰি | আগেয়ে পটা নথক| কানীয়াৰ পৰা আমাৰ ব্যৱসায় চলিছিল, এতিয়া সকলোখিনি কানীয়াই “ আমাৰ হ’ব। কানিৰ যোগান দিব পাৰিলে কোনো! কানীয়ায়েই কানি নেৰে। মুঠতে চৰকাৰৰ ভ'ৰালৰ তলি উদং হ’ব, আমাৰ চন্দুক পূৰ হ’ব।

মদন |-কিন্তু আমাক স্থযোগ দি চৰকাব চকু মুদি বহি নাথাকে। _ মই দেখাত এতিয়া আক আমাৰ ব্যৱসায় নিৰাপদ নহয়; শেহত ধন, মান দুইট| হেকরাব লাগিব; লাভলৈ চাওঁতে মূলৰ হতাহতি হ'ব। পটা নোহোৱাকৈ কানি খোৱা কানীয়াৰ দুই এটায়ে| কানি নেৰিব বুলি ভাবিব নোৱাৰি F আক যি এৰিব সিয়েই হ’ব চৰকাৰৰ চোৰাংচোৱ| |

চন্দন ।|--তুমি ছা! দেখিয়েই ভয় নাখাবাচোন, গ| দেখালৈকো! | বাট চো | ভয়ৰ কাৰণ যে নাই, এনে নহয়, কিন্তু | তাৰ প্রতিকাৰে৷ আছে।

মদন ।--কি প্রতিকাৰ ? ্‌