সমললৈ যাওক

পৃষ্ঠা:মুক্তিৰ অভিযান.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম i ] মুক্তিৰ অভিযান or

থকা পুখুবীটোলৈ গলে৷ আক কাপোৰ-কানি সোলোকাই জাবি-জোকাবি থৈ গামোচা সলাই গা ধুলে|। মোৰ লগত যে একো নাই তেতিয়| সি বুজিব পাৰিলে। তাক পৰা থানালৈ বেচি দূৰ নাছিল, সি বোধকর্বে, আগতে মোক ধৰি থানালৈ নিবব মন কৰিছিল। এতিয়৷ একো নাই বুলি জানি বাটে বাটে গুচি গ’ল। মই শেহনিশ| বাতি ৫ মাইল বাট খোজ কাঢ়ি গৈ হে টোপোলাটে| নিলে। ৷

চন্দন ।--আপোনাক সন্দেহ কৰিবলৈ পালে কেনেকৈ ? আপুনি বোধ কৰে কিছু অসাঁৱধান হৈছিল।

দেউকণ। মই দেখোন সদাই সতর্ক হৈ চলে।। আচলতে আবকাৰী বিষয়াসকলহে আগতকৈ চোক| হৈছে।

চন্দন cre কাৰণেই আক বেচি সতর্ক হোৱাৰ প্রয়োজন। পিচে এতিয়া কিব| নিব জানে| ?

saa ৷--অলপ নিম, বেচি নিবলৈ সাহ নহয়। মুঠেই আধা পোৱা দিয়ক।

চন্দন | বাৰু আহক । ( দুৱাৰ বন্ধ কৰি ভিতৰলৈ সোমাই যায়; তাৰ পিচত এটা আবকাৰী পিয়দাৰ প্রবেশ । ) পিয়াদ৷ ৷-_( দুৱাবৰ ওচৰলৈ গৈ দুৱাৰৰ ফাকে দি জুমি চায় আক কাণ দি শুনে আক CANAL শব্দ নকৰাকৈ বেগেৰে ওলাই যায়। ) ( দুৱাৰ মেলি চন্দনে দেউকণক আগ বঢ়াই থয়। এনেতে চন্দনৰ ঘৈণীয়েক সাদৰীৰ প্রবেশ । )