সমললৈ যাওক

পৃষ্ঠা:মুক্তিৰ অভিযান.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মুক্তিৰ অভিযান [ দ্বিতীয় অঙ্ক

লোকে নহয় বুলি। যদি হয় তাৰ শুভ মুহূর্ত উপস্থিত। কানি এবিবৰ যে বহুতৰ ইচ্ছা আছে, তাক মই জানো, কিন্তু এবাৰ চপাই ল’লে ইয়াক এৰিব নোরোবি। এই বাৰ চৰকাৰে তাৰ উপায় উলিয়াইছে। কানি পাবলৈ নাইকিয়া কৰিব আক কানীয়াসকলে যাতে কষ্ট নাপাই তাৰ বাবে দৰব দিব। চৰকাৰৰ খৰচত নিজৰ ধন, প্রাণ, স্বাস্থয-সম্পদ ঘূৰাই লবলৈ এনে সোণালী স্থযোগ পায়ে! আপোনালোকে এৰি দিব নে? এৰি দিলে পিচত যে কি বিপদ হ’ব তাক এবাৰ ভাবি চাওক। এৰিব নে কানি আপোনালোকে ?

তৃতীয়।--এবিম। এব বুলিও কিন্তু এৰিৰ পব! নাই দেখিহে

কিন্তু ধৰি আছে! । দৰব পালে কিন্তু আজিয়েই কিন্তু এবিম।

প্রথম ।|--ময়ে| এৰিম | সপ্তম ।--কৃষ্ণক চিন্তি ময়ে| এবিম। পঞ্চম ।--( খোন।ই ) ময়ে| এৰিম ।

( আগৰ লৰাদলৰ প্রবেশ |

প্রথম লৰ| ।--( cial কৰি ) কানিৰ দৰে fat লগা বিহ এটাত

আপোনালোকে মুখ দিয়া দেখি আমাৰ ধিণ লাগিছিল; সেই দেখিহে আপোনালোকৰ বয়সলৈ পাহৰি গৈ তেনে গীত গাইছিলৌ। এতিয়| আপোনালোকৰ কেইজনমানে