২৮ bal af
চতুৰ্থ ৷--আহিব নোৱৰিছে! হেৰিয়াৰ পোলৈ নো কোনে
কেৰেপ কৰে ! ( সদানন্দৰ প্রবেশ )
সদা ৷--ভকতসকল ! সেবা হে। অধমৰ যেন দায়-দোষ নধবে ॥ মই দুটামান কথা৷ ক’ব খুজিছে| |
ষষ্ঠ _ তোমাৰ কথা শুনিবলৈ আমাৰ আজৰি নাই, যি বাটে আহিছ।, সেই বাটেই গুচি বোবা ৷
দ্বিতীয় ak পাটক a কোনে ইয়ালৈ মাতিছে !
সদ৷ ৷--মই এতিয়াই লবা এমখা গীত গাই ওলাই যোৱা দেখিছিলে| ; সেই হে আহিলেঁ৷ ৷ মই দেখিছে। আজি- কালিব লৰা-ছোৱালীবোৰ তেনেই গুচিল । ইইতে বাক ডাঙৰকে| অলপ মান-সৎকাৰ কৰিব নাপায় নে ?
প্রথম ।--(দ্বিতীয়টোক ঠেলা মাৰি) এওঁ দেখোন কথাযাৰ ভালকে কৈছে।
( ঠেলাত দ্বিতীয়টো পৰি যায় ) দ্বিতীয় |--( উঠি ) দেখিছ| এতিয়া, কিব| বোলে নে তই দেখোন "_ মোৰ গাত হাত লগালি! চিনি পোর। নাই নে? ( হাত দাঙে )
wal ৷--আপোনালেক গাৱঁৰ একে| একোজন মুখিয়াল মানুহ ৷ আপোনালোকে কৰে| বুলিলে কি কৰিব নোৱাৰে ! আপোনালোকে ভালমতে চলোরা হ'লে এই ডেকা লৰাবোৰ এনে মইমতীয়| হৈ চলিব পাৰিলেহেতেন নে?