দ্বিতীয় দৃশ্য ] মুক্তিৰ অভিযান ২৭
ভাগি গ’ল চাল-বাৰ, কানি যেন ৰং গাৰ গাত নাই পিন্ধিবৰ cotati ( মহাদেউ ) এসাজ খালে এসাজ নাই, পাটা এৰোতে দুপৰ যায়, নুঠে মানে কোনে পাব! তোল| । ( মহাদেউ ) মাটি-ভেটি কৰি পাব, কেক বেচি তিকতাৰ, যেনে তেনে আনে কানি তোলা । (মহাদেউ ) মিছলীয়া, হাত-লৰ, লেতেৰা লুতুৰ| বৰ, চল পালে ৰাতি কাটে পৌলা। ( মহাদেউ ) মবিলেও সিপুৰত পচি-পচি নৰকত যাতনাত হ’ব জল|-কল| । ( মহাদেউ ) চতুর্থ।__এই কেইটাক যমেও নেদেখে নে ? (প্রস্থান) দ্বিতীয় _সিবেলি গান্ধীৰ ভলন্টিয়াব নোলাইছিল! ক’লৈ গ’ল সিহঁত! ইইতবো আয়ুস চাপিছে। wh ak কেইটাক ধৰি ডিঙি মোটোকাই থিয় কিল কেইটামান লগাই দিব catata নে এটায়ে| ? সপ্তম ।__লোকক যে কৱ কৃষ্ণক চিন্তি বৰ মতাটো নাযাৱ কিয় ? কৃষ্ণক চিন্তি ca কৰিব খুজিছিলি নহয় ! ষষ্ঠ ।__তই বাবে বাৰে মোলৈ ফেপেৰি পাতিছ দেখোন, ভাল নহ’ব বুলিছে| একা! সপ্তম ।--ৰ, 4, কৃষ্ণক চিন্তি সৌ সদানন্দটোৱে দেখোন কৃষ্ণক চিন্তি আমাৰ ফালে ভুমুকিয়াই চাইছে! az, এই ফাললৈকে কৃষ্ণক চিন্তি আহিছে।