সমললৈ যাওক

পৃষ্ঠা:মুক্তিৰ অভিযান.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম দৃহ্য ] মুক্তিৰ অভিযান ২১

সদা ।---মোবে| তেনে বিশ্বাসেই আছিল। মই ঘিটো৷ সেৱাদল

গঠন কৰিছে|, তাৰ বহুতো খবচ তেৱেঁই বহন কৰিছে। _ তথাপিও মই সন্দেহ নকৰি থাকিব পৰ নাই।

চুপাৰি |--তেওঁৰ পবা সাহায্য পারো! যেতিয়া আপুনি সন্দেহ কৰিব লগীয়াত পৰিছে, নিশ্চয় সন্দেহৰ গুৰি শকত।

সদা ৷--মোৰ অনুমান ঠিক হয় নে নহয় ক’ব নোৱাৰোঁ৷, কিন্তু সন্দেহ হ'লে দৃঢ় |

চুপাৰি (sated! ভাঙি কওকচোন |

সদ| ৷--শুনক ৷ মোৰ ঘৰত থোলোক নামে এটা চাকৰ আছে। সি আগেয়ে কানীয়| আছিল আক পট! নথকাতে| কানি খাবলৈ পাইছিল। মই বহুত যত্ন কবি তাক কানি একবালৌ। আক সি কাৰ পবা কানি পাইছিল তাৰ উৱাদিহ ‘লৈ পম খেদি গৈ এটা ডাঙৰ কানীয়| পালে৷ ৷ সি বহুতো কানীয়াক কানি বেচে। মই তাক ধৰ| পেলোৱাত সি ক’লে বোলে সি পট| মতে যি কানি পায় তাৰে এভাগ বেচি এভাগ খায়। কিন্তু কথাটো abi নহয়। সি ইমান কানীয়াক কানি দিয়ে যে তাৰ গোটেইখিনি কানি দিলেও নাটে |

BAe ote তেন্তে গ্ৰেপ্তাৰ কৰা উচিত |

সদ| (cata মত সেইটো নহয়। তাক ধৰাৰ Al একে| লাভ নহয়। একেবাৰেই গুৰিত ধৰাৰ প্রয়োজন। গুৰি উভালিব পাৰিলে ডাল-পাত এনেয়ে সৰি যাব। j