এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
দ্বিতীয় অঙ্ক ।
প্রথম দৃশ্য্য। আলিবাট । ( সেৱাদলৰ জনচেৰেক লৰাৰ প্রবেশ ) গীত। অসমীয়াৰ ঘোৰ শত্ৰু কানিব সমান নাই। ঘৰতেই কেলেহুৱ| কানি খাই খাই। কানি খালে যায় জাত, বিশ্বাস নাই কানীরাত ; কানীয়াৰ দবে নীচ কোনে| ক’তো নাই। কানি এৰি মটা টেকা, চকু মেলি হোৱঁ| ডেকা, পশু গুচি মানুহ হোৱঁ৷ মূৰ জিলিকায় । (প্রস্থান) ( এফালৰ পবা সদানন্দ আক আনফালব পৰ! আবকাৰী চুপাবিণ্টেণ্ডেণ্টৰ প্ৰবেশ ) সদ|--নমস্কাব। পিচে ক’ৰ পবা? চুপাৰি |--নমস্কাৰ। মই এই ফালে অলপ গাওঁ ফুৰি আহিলে৷ ৷ আপুনি যাব কলৈ ? AM ৷--মই সেই বুন্দাবন মৌজাদাৰৰ seta যাওঁ; নিমন্ত্ৰণ আছে। অৱশ্যে অলপ কামে৷ আছে। জনচেবেক- ভলণ্টিয়াৰ আগতে গৈছে।