১২ মুক্তিৰ অভিযান [ প্রথম অঙ্ক
আন্দোলনত সফলত| লাভ কৰিব পবা নাই। দোকানৰ লগে লগে চোৰাং কানিও বন্ধ কৰিব পাৰিলে এইবাৰ কৃতকাৰ্ধ্য হোৱাৰ সম্পূর্ণ আশা |
Fal ।--গবৰ্ণমেণ্টেও সেইটে| জানে, চোৰাং কানি যাতে নাথাকে - তাৰ Baa গবর্ণমেণ্টে নিশ্চয় কৰিব।
সদা ৷--কৰিব কি, সদায় কৰি আহিছে; কিন্তু চোৰমাত্ৰেই যে ধৰা পৰিব তাৰ কোনো! স্থিৰতা নাই । ৰজা ৰাইজ দুয়ো গোট খালেহে এই উদ্দেশ্য সিদ্ধি হ'ব, এক পক্ষই কেতিয়াও ইয়াক fia কৰিব নোৱাৰে ।
( চন্দন মজুমদাবৰ প্রবেশ )
অ’ মজুমদাৰ ডাঙৰীয়া, আহক, বহক, পিচে কোন ফালে গৈছিল?
চন্দন ।--গৈছিলে| জাহাজঘাটৰ ফালে। পিচে এইফালে আহিলে আপোনাৰ ইয়াত সোমাই যাৱেঁই ; সেই দেখিহে সোমালেঁ৷। পিচে কিহৰ cal আলচ চলিছে ?
কৃষ্ণ ।--চৰকাৰে বোলে অহ মাৰ্চ্ছৰ পৰ| কানি বন্ধ কৰিব, তাৰে আলচ কৰিছে৷ |
চন্দন |--এৰ| আলোচন| কৰিবলগীয়| বিষয়। ইমানবোৰ ৰাজহৰ bal এৰি দিও যে বাইজব হিত চিন্তিছে, তাৰ বাবে গবর্ণমেন্টক ধন্যবাদ নিদি নোৱাৰি। আমি আন নহলেও এই বাবেই এই গবৰ্ণমেণ্টৰ ওচৰত Fos থকা উচিত।