সমললৈ যাওক

পৃষ্ঠা:মুক্তিৰ অভিযান.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০

[ প্রথম অঙ্ক

সদা ।---হেঁ৷, এই সিকিটো৷ তোক বক্‌চিচ্‌ দিলেঁ৷। তই মাজে মাজে মোৰ ঘৰলৈ আহিবি। তোক মই আক নতুন গান শিকাই দিম আক কেতিয়াব| ক’ৰবাত গাবলৈকো৷ পঠাম | গোপাল (ales দেউত| । ( আকৌ সেবা কৰি প্ৰস্থান ) সদা ৷--মোৰ ভুলটে| ধৰা পৰিল বন্ধু। আমাৰ মানুহৰ আচল বেমাবটো। নুগুচোৱাকৈ আন আন্দোলনত ধৰাৰ বাবেই মোৰ ইমান পবিশ্রম অথলে গল। আমাৰ মানুহৰ তেজ, শক্তি, আশা, উদ্ঘম একো নোহোরা কৰিছে এই কানিয়ে। টিকিৰ| পুৰি তিতা মাৰৌতেই বেলি দুপৰ হয়, ৰাগীত কলমটিয়াই ফুর্বোতেই দিন যায়; খেতিয়েই হওক ব| লিখাপঢ়াই হওক, কৰিব কেনেকৈ ! এই কানি বৰবিহেই অসমীয়াৰ জীৱনীশক্তি তিল তিলকৈ ক্ষয় কৰিছে, সভ্য সমাজত ঠাই নোহোৱ| কৰিছে। কিবা সংস্কাৰ কৰিবলৈ হ’লে প্রথম কাম হ’ব লাগিব এই বৰবিহ সমূলে নিৰ্ম্মুল কৰ| ৷ সৌভাগ্যৰ কথা, গবর্ণমেন্টে এই কথ| বুজিছে আক সেই বাবেই কানিৰ মহল একেবাৰেই বন্ধ কৰি এই মৃতকল্ল জাতিক পুনড্জীবিত কৰিবলৈ TEA কৰিছে। আমি গৰবৰ্ণমেণ্টৰ এই কাধ্যত দেহে-কেহে সাহায্য কৰা উচিত। অসমীয়া ভাইসকলক কানিৰ নাগ-পাশৰপৰ| মুক্ত কৰিবৰ এয়েই সোণালী স্থযোগ।