এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
মুক্তিৰ অভিযান
গীত।
কানীয়াই কানি খাই গা কৰিলে সক
এ গা কৰিলে সক। কানিৰ লগত বেচি খালে বৈচবে গৰু
এ বৈচবে গক! কানীয়াই কানি খাই গা কৰিলে লাহি
এ গা কৰিলে লাহি । কানিৰ লগত বেচি খালে ভাতখোৱা কাহী
এ ভাতখোরা কাহী। কানি খাই কানীয়াই বহে ওৰে বাতি
এঁ বহে ওৰে বাতি কানিৰ লগত বেচি খালে বাপতিকলীয়| মাটি
এ বাপতিকলীয়| মাটি । কানি খাই কানীয়াই লগাই ল’লে ৰাগী
এ লগাই ল’লে ৰাগী; খাবলৈ নাপাই লোকৰ ঘৰত ফুৰে খুজি-মাগি
& ফুৰে খুজি-মাগি । কানি খাই কানীয়াৰ দেহে ল’লে ভাজ
এঁ দেহে ল’লে ভাল; চৰ-লাখি খাই ফুৰে নাই তাত লাজ
এঁ নাই তাত লাজ । কানি খাই লেলাট ভুঞ্জি যায় কানীয়| মৰি
এ যায় কানীয়া মৰি, নিকানীয়াই উশাহ লয় ৰাম-বিঞ্ণু স্মৰি
এ ৰাম-বিষ্ণু স্মৰি ।
( cial কৰি বাব খোজে )