সমললৈ যাওক

পৃষ্ঠা:মুক্তিৰ অভিযান.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 মুক্তিৰ অভিযান [ প্রথম অঙ্ক

১...

মগনীয়া।-_-তাত থাকিলে আকৌ বগালী-কালীব হাতে ভাত খালেহে হ'ব। সেইটো নোৱাৰে৷ দেউতা। লাগে মবিয়েই বাওঁ, তেওঁ পিতৃ-পিতামহব জাতটে| এৰিব নোৱাৰে| ।

কৃষণ।_-দৰব নি তো খাব পাৰ ।

মগনীয়| ।__-এদিন দুপৰীয়া গৈছিলে|,-- নিদিলে ।

সদা ৷--দুপৰীয়া আস্পতাল বন্ধ হওঁতে গ’লে নিদিব তো ! বাক তোৰ কোন কোন আছে ?

FATA ।--কোনে| নাই দেউত| ।

AM ৷--ভাল কথা । তোৰ যেতিয়া কোনো নাই মোৰ ঘৰতে থাক, মই তোৰ চিকিৎস| কৰাম। ভাল হলেও কিন্তু যাব নোৱাব। থাকিবি?

মগনীয়| ৷--নোৱাৰেঁ| দেউত| ৷ ভগ| বহাটোত কিবাকিবি লাংখালিংখি ডোখবচেৰেক আছে নহয়, তাক নো কেনেকৈ aca |

নেপথ্যত ।|-- কানীয়াই কানি খাই গা কৰিলে সক এঁ গা কৰিলে সক।

. কানিৰ লগত বেচি খালে বৈচৰে গক এ বৈচৰে গক।

সদা IARI কোন ? গীতটো ভাল লাগিছে। শলীয়! |

শলীয়া।_দেউতা। :. (প্রবেশ)

সদা ৷--আলিবাটে গীত গাই কোন গৈছে অ’, মাতি আনচোন। ( শলীয়| ওলাই যায় আৰু ২৪।২৫ বছৰীয়| ডেকা লব! এটা লৈ সোমাই আহে। লৰাটোৰ হাতত এটা