পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
মিৰি-জীয়ৰী

 ডেকাটোৰ এই কেইফাকি কথাত পানেই উলটিল। আৰু চিত্তেৰে সৈতে ডেকাটোক শলাগিলে। ৰাতি সিহঁতৰ ঘৰতে খাই-বই পৰি থাকিল। কিন্তু ৰাতি পুৱাওঁ পুৱাওঁ হওঁতেই তাই সিহঁতৰ ঘৰ এৰি আকৌ হাবিলৈ পলাল।

⸺⸺