পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৵০

গীত বিহু নামেৰে কলঙ্কিত হলেও শুনিবলৈ ভাল পোৱা বুলি জানিহে ইয়াত কেইটামান বিহু নাম দিলোঁ। কুৰুচি বুলি তুমি মােৰ দোষ নধৰিবা। গাভৰুৱে বেয়া বিহু নাম নাগায় আৰু গালেও মােৰ একো উপায় নাই। ইতি—

বৰপেটা       তোমাৰ মৰমৰ
৮৫-৯০          শ্ৰীৰজা