মিলন-মন্দিৰ ৮৮
হত্যাকাৰিনী | হত্যাকাৰিণী.! মার্গেবেটে ডাঙৰকৈ এট চিঞৰ মাৰি দিলে 1 সেই চিঞৰ ডাইৰিক আৰু তাৰ লগব মানুহবোৰৰ কাণিত পৰিলগৈ । ততালিকে ভিতৰত কিবা ঘটন| হোৱা বুলি ভাবি সিহঁতে মার্গেৰেটৰ শোর! কোঠালীৰ ফালে ঢাপলি after মাৰ্টিনে ধেনুত কীড় লগাই আছিল-- সিহঁতক দেখি সিইতৰ ফালে লক্ষ্য কৰিলে। এনেতে ডাইৰিকে মাত দিলে, _ কিহে মাৰ্টিন! আমাৰ ওপৰতে নেকি কঁ৷ড়ৰ লক্ষ্য ? মার্টিনে থত. মত, খাই কলে,_নহয়, মই নতুনকৈ কীড় লগাই ধেনুখনহে ঠিক কবিছেণ | ইহঁত দুয়ো কথাপাতি থাকোঁতেই সিফালে ডাইৰিকৰ লগত থকা জোৰিয়ান কেটেল বুলি পুলিছ এজন একেবাৰে মাৰ্গেৰেটৰ শোৱা কোঠালীৰ ওচৰ পালেগৈ | ডাইৰিকে মার্টিনক কলে,--বাৰু সি যিকি নহক ভাই অলপ জুইকে ধা, foal কাপোৰ কানিবৌৰ আমি শুকাই লওঁ--বৰ জাৰ লাগিছে! মাৰ্টিনেও বিনাবাক্যে ডাঙৰকৈ একুৰা জুই ধৰিলে--সিহঁত তাতেই নিজব নিজৰ কাপৌৰকানিবোৰ শুকোৱাত লাগিল আৰু লগে লগে আমোদ-প্রমোদত মতলীয়া হ’ল। মার্গেৰেটে জেৰাৰ্ডৰ কত সেৱা-শুশ্ায। কৰিলে, কত যতন ললে, কিন্তু কোনে ফল নফলিল। জেবার্ডৰ মাত নোলাল। তেওঁ কপাল মূৰ ভুকুৱাই কান্দিবলৈ ধৰিলে,--কলৈ যোৱা প্ৰাণনাথ! এই হতভাগিনী,অনাধিনী,স্বামী হত্যাকাৰিণীকো লগতে লৈ CATA এনেতে জোৰিয়ান কেটেল মার্গেবেটৰ আগত বি হ’লগৈ | কেটেলে ঘটনা দেখি অবাক ! মার্গেৰেটৰ আউলি-