সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৫ মিলন-মন্দিৰ

তহঁত নিশ্চয় চেভেন-বার্গেনৰ মানুহ নহয়; হোৱাহেঁতেন পিটাৰৰ জীয়েক মার্গেবেটৰ ঘৰত জেবার্ডক বিচাৰি নাহিল- হেতেন | উঃ কি সাহস | এজনী সামান্ত অবলা ছোৱালীক অত্যাচাৰ কৰিবৰ নিমিত্তে ৩৪ জন অন্ত্রধাবী ভীমপুকষ। ছিঃ ছিঃ, তহঁতৰ ঘৰত থকা তিৰোতাবোৰ নিশ্চয় বেশ্যা; নহলে তহঁতে এজনী চবিত্ররতী ছোৱালীৰ আদৰ সন্মান নকৰি নোবাৰিলিহে'তেন ।

মার্গেবেটৰ কথা শুনি ডাইৰিক ata আৰু ভয়তে অস্থিব হ'ল। ততালিকে মানুহ কেজনক লগত লৈ বাহিৰলৈ ওলাই ঘৰৰ ফালে বেগ দিলে ।

পঞ্চদশ আধ্যা

প্রাণৰ টান

ধন্য মার্গেৰেট, তোমাৰ জীৱনেই ধন্য | তুমি বম দী-

কুলৰ আদর্শ মহিলা ৷ জেৰৰ্ডৰ প্রতি তোমাৰেই পৱিত্ৰ প্রেম বিৰাজ কৰিছে। এনেকুৱা পঁৱিত্ৰ নিঃস্বাৰ্থ প্রেম কেইজনৰ ? সতী নাৰীয়ে কৰিব নোৱাৰে এনে কাম অতি কম |