৮৩ মিলন-মন্দিৰ লগতে ৰাখিলে আৰু বাকী তিনিজনক দুৱাৰে দুৱাৰে থাকিবলৈ কলে | ঘটনা দেখি মার্টিনৰ বুকু কঁপি উঠিল। ভাবিলে-- নিশ্চয় জেবার্ড আঙ্গি ধৰা পবিব,_-কোনো ভুল নাই । আজলী মার্গেবেটে কি জানে যে জেবার্ডক কোনোৱা দুৱাৰ বা খিড়িকীৰে পলুৱাই পঠিয়াব পাৰিব ? পিছ মুহূৰ্ততে আকৌ ভাবিলে,-- অ নহয়, এনেকৈ থাকিলে asa) wet কও যদি জেবার্ড ধৰা পৰে ; আকৌ জেবার্ড ami পৰিলে নিজৰ জীৱনলৈ টনাটনি পৰে | হায় ! কি কৰো? বিষম সমস্তা ৷ কিছু সময় ভাবি চিন্তি ঠিক কৰিলে_ নহয়, এই OR কাড়েৰে হয় জেবার্ডক ৰক্ষা কৰিম--নাইব| নিজৰ জীৱন Cedi কৰিম। এই বুলি মার্টনে ধেনুত কাঁড় ডাল লগাই সাজু হৈ বাহিৰৰ ফালে একেথৰে চাই থাকিল--কি জানি জেবার্ড ওলাই যাওঁতে ইহঁতৰ হাতত ধৰা পৰে |
Bee প্রথমতে পিটাৰৰ শো্রা ঝোঠালীত সোমালগৈ। বৃদ্ধ পিটাৰে পাঁটিত কাতি হৈ পৰি সেই পিনে নিতাল মাৰি পৰি আছিল। তাত চুকে কোণে কেও নাই। তাৰ পিছত মার্গেৰেটৰ শোৱা কোঠালীত সোমালগৈ। দেখে যে মার্গেৰেট এহাতমান ওখ জীর্ণ-শীর্ণ অৱস্থাত পৰি থক! ভগ| পালেং এখনত শুই আছে। ডাইৰিকৰ চকু থিৰ হ’ল--ৰ লাগি সেই পিনে একেথৰে চাই থাকিল। বাস্তৱিকে কি সোন্দধ্য! ভগ! পালেংখন এখন বগা কাপোৰেৰে Dal আৰু তাৰ ওপৰত ব্গা কাপোৰৰ গিলিপ খুওৱা গাক এটা মাথোন--আঁৰু একে!