সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮১ সমিলন-মন্দিৰ

ওচৰতে বহি cage নতুনকৈ গুণ দিব ধৰিছিল । coats আক মার্গেবেট ছুয়ো বিদায় সম্ভাবণতে আজৰি নোপোৱা হৈ পৰিছিল। মার্গেবেটে কান্দো কান্দোকৈ কৈ উঠিল,- “প্রাণৰ জেৰাৰ্ড, উপায় ! এনেকৈ থাকিলে কি হব? তোমাক যে হাততে হেৰুৱাওঁ ! তুমি এতিয়া পলোরা_নহলে বিপদ ঘটিব । কিন্তু কোন সতেবে তোমাক বিদায় দিও i আহা! প্রাণে যে প্রবোধ নেমানে !

তেওঁ চকু-লে| মচি আকৌ কিবা কব খুজিছিল, এনেতে হঠাৎ বাহিৰৰ পৰা দুৱাৰত এটা ঢকা পৰিল, লগে লগে মার্গেবেট আৰু জেবার্ডৰ অন্তৰ বাজ্যব হৃদয়তন্্া'তো সেই ঢকাৰ আঘাত পবিল,__ছুয়ো তত নাইকিয়া হৈ বিবুদ্ধি হ’ল। মাৰ্টিনে তৎক্ষণাৎ কৈ উঠিল-- চুপ | মার্গেবেটৰ মনৰ কথা মনতে থাকিল।

আকৌ এক মিনিটমান পাছতে আক এটা ঢকা পৰিল। মার্টিনে থিয় হৈ স্থুধিলে--কোন ? বাহিৰৰ পৰা উত্তৰ আহিল ূ -দুৰাব মেলি দে। মাৰ্টিন--ভদ্ৰলোক হলে দুৱাৰ মেলি দিব পাৰে৷ কিন্তু চোৰ | ডকাইতৰ নিমিত্তে দুৱাৰ মেলিব নোৱাৰে 11 এই অন্ধকাৰ নিশা,

বতাই বৰষুণৰ সময়ত কোনো! ভদ্ৰলোক বাহিৰলৈ নোলায় | | এই ছেগতে বুদ্ধিমতী মার্গেখেটে জেবার্ডক নিজৰ শোৱা 4

কোঠালীলৈ টানি লৈ গ’ল আৰু মাৰ্টিনক কৈ গ’ল--জেৰাৰ্ড আছিল কিন্তু এতিয়া নাই--বুলি কবা । বাহিৰব পৰা