সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৮ মিলন-মন্দিৰ

_হয় নাই | মই ভালকৈ জানো তেওঁ ইয়াত নাই |

_তুমি কেনেকৈ জানিলা ?

= যোধা লাতি মই তেওঁক দেখিছিলে" |

--ক’ত দেখিছিল| ?

_কিয় আমাল জমীদালল সেই অন্ধকাল ফাটেক ঘলল বেলাল গুলিত । আমি তেওঁক তাতে লগ পাইছিলেশ |

বাক, জেবার্ডে জৰীডাল ক'ত পালে ?

অ+ সেইবোল মই কব নোরালো । কেৱল আহি তেওঁক তাতে লগ পাইছিলো । আমাক চুমা খাই খাই কৈ গৈছে যে যি জন্মতুমিত ইমান অত্যাচাল, উৎপীলন; বাল পিত.লি-মাত্‌লিয়ে পুতেকক বেয়া পায় আলু জমীদালক লগাই দি ফাটেকত স্থুমাই থয়, তেনে ঠাইত নথকাই ভাল ৷ দাদা আলু দুনাই ইয়ালৈ নাহে ডাইলিক ! কি জানি তেওঁ ইমান বেলি টালগল পলা বছুদুললৈ পলাই গ'ল। এতেকে তেওঁক ইয়াত বিচালিবল সকাম নাই ৷

কেটৰ এই আধাফুটা অস্পষ্ট কথাবোৰ শুনি ডাইৰিকৰ বিশ্বাস হ'ল | পি নিৰাশ হ'ল। তথাপি ধনৰ লোভ সামৰিব নোৱাৰি কেটৰ পৰ| বিদায় লৈ গদ্গদ্কৈ নিজে face কৈ গ’ল,--বাৰু GMS কত আছে এবাৰ দেখা যাব |

কেট বৰ বুদ্ধিমতী। মুখতহে ডাইৰিকক এইবোৰ কলে, কিন্ত তাইৰ অন্তৰ শুকাই গ’ল; বৰ ভয় লাগিল--জানোচ। জেবার্ড দদায়েক পাপীইতৰ হাতত ধৰা পৰে ! ডাইৰিকক বিদায় দি.