সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিলিন-মন্দিৰ ৭৩

আছে আৰু তাৰ লগতে এডোথৰ সৰু কাকতো wal আছে। জে্ৰোডে' কাকতখন মেলি চালে । তাত লিখা আছিল:-- চ প্রিয়তম, এই সুতা ডালৰ মূৰত--তোমাৰ লগত থকা __ কটাৰীখন বান্ধি সেই খিৰিকীৰে আমালৈ নমাই দিবা আৰু ইয়াত যে এশ গীঠি আছে লেখি থাকিব| ৷ যেতিয়া শেষ ৰ গাঁঠিটো পাবাগৈ , তেতিয়া কিছু সময় ববা কিন্তু সাৱধান তুমি তোমাৰ হাতৰ মূৰটো এৰি নিদি যেন টানকৈ ধৰা; তাৰ পিচত স্থূত৷ ডাল আকৌ ওপবলৈ টানি তুলি fat CASE মনত তেতিয়া কেনেকুৱা ভয়, আশা আৰু

__ উৎসাহৰ ঢৌ খেলাইছিল তাক কোনে বর্ণাব ? তেওঁ ততালিকে চিঠিমতে কাম কৰিবলৈ ল৷গিল। স্মৃতাডাল ওপৰলৈ টানোতে টানোতে CAZES এডাল বৰ ডাঙৰ জৰী হাতত পৰিল গৈ, কিন্তু তাঁৰ লগত কোনো চিঠি পত্র নাই। তেওঁ কি কৰে এতিয়া? জেবার্ডে কোনো উপায় নেদেখি লোৰ বাকচটো Bal আজোব। কৰিবলৈ ধৰিলেগৈ । বাকচটো হঠাৎ মেল খালে; দেখে যে তাৰ ভিঙুৰত বহুতো কাকত পত্র আছে। খঙতে সেইবোৰ তেওঁ উলিয়াই দলিয়াই পেলালে কিন্তু হঠাৎ কিবা এখনৰ ওপৰত তেওঁৰ চকু পৰিল; কাকতখন জুমি জুমি চালে । fag সময় ৰ-লাগি চাই থাকি সেইখন লাহেকৈ বুকুৰ জেপত সুমাই ললে। বাকচটো দাঙিবৰ চেষ্টা কৰিলে, কিন্তু নোৱাৰিপে | তাৰেই কবংজা এটাত জীবডালৰ মূৰটে। গাৰ বলেৰে টানি টানি সাৱধানে বান্ধিলে ।