সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭০ মলল-সুদ্দিৰ

বাহিৰে আন কোনো ফালৰ পৰা| কৃপৰ ভিতৰলৈ পোহৰ আহিবলৈ উপায় নাই । কূপটো তেনেই ঘোপমৰ| আদ্ধাব__ তাত সোমালেই গা শিয়'বি উঠে।.-জেৰাডে তাৰ তলিত বহি বহি কান্দিলে, চ£-:ল। মচিলে, কাপোৰ-কানি চকু-লোৰে festa এবাৰ ওপৰলৈ চালে; দেখে যে কুপৰ ভিতৰলৈ অলপ পোহৰ আহিছে | তেওঁ সেইফালে ঘনাই ঘনাই চাবলৈ ধৰিলে | কৌতুহল নিব'ৰন কৰিবৰ মনেৰে তেওঁ বহু কষ্ট কৰি ইটাৰ বেৰত গঞ্জালেবে এটা খাপ কাটি তাত ভৰি দিলেগৈ-- কই ফুটমান ওপবত উঠিল । আকৌ খাপ adi কাটি আৰু ‘কই ফুটমান ওপবলৈ উঠিল ৷ এনেকৈ অলপ অলপকৈ তেওঁ বহু কষ্টেৰে সেই খিৰিকীধ্ন পালেগৈ। বাহিংগৈ চাই দেখে যে তাৰপৰ! বহুদূৰ পর্যান্ত দেখা যায়।

ফাটেক ঘৰৰ কাষেদি-_এখনি সৰু নৈ বৈ গৈছে। জেবাড ৰ সেইফালে৷ চকু পৰিল | দেখিলে--সেই বৃদ্ধ সৈনিক মার্টিন নৈ খনৰ পাৰতে বৰশী বোৱা ভাওজুবি বহি আছে | জেবার্ডে তাক চিনি পাই তৎক্ষণাৎ Yel এট! মাৰিলে । মার্টিন কাণত পৰিল | সি বৰ বুধ্যিক_কথা বুজি পালে | চকু ঘূৰাই দেখিলে গ্রেবার্ড 1 মাৰ্টিন আৰু বহি নাথাকিল। জ্জেনাডকি হাতেৰে কিবা এটা ইন্কিত দি ঘৰৰ ফালে লৰ দিলে !

জ্ৰোড'ৰ মনত জীৱনৰ আশা বিৰিঙিল । তেওঁৰ কাবাবাসত বন্ধু বান্ধৱবোৰ এলেহৱা হৈ হাত সাৱটি বহি থকা নাই

ভাবি আনন্দিত হ’ল |